Details of interview

 

*দাৰুল হুদা অসম কেন্দ্ৰৰ নামভৰ্তিৰ অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে *।

শ্ৰদ্ধাৰ
আশা কৰো আপোনালোক কুশলে আছে ।
দাৰুল হুদা ইছলামিক ইউনিভাৰ্চিটি অসম কেন্দ্ৰৰ প্ৰবেশ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে ।
আপোনালোকে জানে যে অহা ১০/০৫/২০২০ তাৰিখ হৈছে আবেদন পূৰণৰ অন্তিম দিন।
শেহতীয়া অস্বাভাৱিক পৰিস্থিতিৰ ওপৰত বিবেচনা কৰি আমি আবেদন পত্ৰ সমূহ আগলৈকে গ্ৰহণ কৰি যোৱাৰ সিদ্ধান্ত কৰিছোঁ ।

আবেদন আৰু সাক্ষাত্কাৰৰ অন্তিম তাৰিখ পৰবৰ্ত্তী সময়ত ঘোষনা কৰা হব।

অধিক জানিবলৈ অনুগ্ৰহ কৰি যোগাযোগ কৰক
83999 02373
70021 70175
96334 41613
নাইবা
ভিজিট কৰক : www.dhac.in
ঘৰত থাকক……….সুৰক্ষিত থাকক……….

আপোনালোকৰ একাগ্ৰতাৰে
চৈয়দ মুইনউদ্দিন হুদাৱি
অধ্যক্ষ


সুবিধাসমূহ:

  • আন্তর্জাতিক বিশ্ববিদ্যালয়সমূহৰ পৰা স্বীকৃতিপ্ৰাপ্ত ইছলামিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব পাৰিব।
  • সাধাৰণ বিষয়ত স্নাতক ( কলা বিষয়ৰ ওপৰত) ডিগ্ৰী লাভ কৰিব পাৰিব।
  • উচ্চ মাধ্যমিক শাখাত অধ্যয়নৰ বিষয়সমূহ হল- আৰবী,উৰ্দু, ইংৰাজী, অসমীয়া, হিন্দী, ফাৰ্চী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান ।
  • কম্পিউটাৰ শিক্ষা, প্ৰযুক্তিবিদ্যা,স্মাৰ্টৰুম,বিজ্ঞানাগাৰ,উন্নত মানৰ পুথিভঁৰাল আদি উপলব্ধ ।
    বিনামূলীয়া থকা- খোৱাৰ সুব্যৱস্থা থাকিব ।


ঠিকনা: বাইসা,ডাকঘৰ: ভোগদিয়া,থানা: সৰ্থেবাৰী,জিলা: বৰপেটা, অসম, ডাক-সূচাংক:৭৮১৩০৫

Scroll Up